Objectives

খেলুৱৈ সুৰক্ষা বাহিনী

খেলুৱৈ সুৰক্ষা বাহিনী

শিল্পী সুৰক্ষা বাহিনী

শিল্পী সুৰক্ষা বাহিনী

ছাত্ৰ সুৰক্ষা বাহিনী

ছাত্ৰ সুৰক্ষা বাহিনী

নাৰী সুৰক্ষা বাহিনী

নাৰী সুৰক্ষা বাহিনী

কৃষক সুৰক্ষা বাহিনী

কৃষক সুৰক্ষা বাহিনী

কৰ্মচাৰী সুৰক্ষা বাহিনী

কৰ্মচাৰী সুৰক্ষা বাহিনী

শ্ৰমিক সুৰক্ষা বাহিনী

শ্ৰমিক সুৰক্ষা বাহিনী

ব্যৱসায়ী সুৰক্ষা বাহিনী

ব্যৱসায়ী সুৰক্ষা বাহিনী

জ্যেষ্ঠ নাগৰিক সুৰক্ষা বাহিনী

জ্যেষ্ঠ নাগৰিক সুৰক্ষা বাহিনী

চালক সুৰক্ষা বাহিনী

চালক সুৰক্ষা বাহিনী

আমাৰ দায়িত্ব

আমাৰ দায়িত্ব

হিংসা - হত্যাৰ বিৰুদ্ধে ৰাইকৰ মাজত জনজাগৰণ সৃষ্টি কৰা।

আমাৰ দায়িত্ব

আমাৰ দায়িত্ব

নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে যুৱপ্ৰজন্মক একত্ৰিত কৰা।

আমাৰ দায়িত্ব

আমাৰ দায়িত্ব

অসহায় ৰোগাক্ৰান্ত লোকসকলক সহায় আগবঢ়াবলৈ চেষ্টা কৰা।

আমাৰ দায়িত্ব

আমাৰ দায়িত্ব

আঘাতপ্ৰাপ্ত সকলো জীৱ - জন্তুক চিকিৎসা সেৱা প্ৰদান কৰা।

আমাৰ দায়িত্ব

আমাৰ দায়িত্ব

নিৱনুৱা যুৱক - যুৱতীসকলক কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সহায় কৰা।

আমাৰ দায়িত্ব

আমাৰ দায়িত্ব

দৰিদ্ৰ মেধাৱী ছাত্ৰ - ছাত্ৰীসকলৰ উচ্চশিক্ষাৰ ক্ষেত্ৰত সহায় কৰা।

আমাৰ দায়িত্ব

আমাৰ দায়িত্ব

পৰিবেশ সংৰক্ষণ কৰা আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে সক্ৰিয় ভূমিকা পালন কৰা।

আমাৰ দায়িত্ব

আমাৰ দায়িত্ব

সামাজিক দায়বদ্ধতা পালন কৰা লোকসকলক সন্মান দিয়া।

Mission

Our Mission

১. সমাজৰ অসামাজিক তথা অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে ব্যাপক গণ-সজাগতা সৃষ্টি কৰা।
২. অন্ধবিশ্বাস, কুসংস্কাৰ আৰু অপসংস্কৃতি আদিৰ বিৰুদ্ধে বিজ্ঞানসন্মত চিন্তা-ধাৰাৰ প্ৰসাৰ ঘটোৱা।
৩. সামাজিক আৰু পাৰিবাৰিক বিবাদসমূহ শান্তি তথা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ যত্ন কৰা।
৪. দুৰ্নীতি, প্ৰৱঞ্চনা আৰু অনিয়ম আদিৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা।
৫. সমাজৰ প্ৰতিজন ব্যক্তি, বিশেষকৈ শিশু আৰু মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ 'সমাজ প্ৰহৰী' হিচাপে কাম কৰা।
৬. প্ৰকৃতিৰ সুৰক্ষাৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে বৃক্ষৰোপণ কৰা আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰা।
৭. নিজৰ দেশৰ লগতে বিশ্বশান্তি আৰু মানৱ সমাজৰ কল্যাণৰ বাবে কাম কৰা।

Vision

Our Vision

সমাজৰ শান্তি তথা ৰাইজৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ লগতে প্ৰকৃতিৰ সুৰক্ষা আৰু বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা।