Our Projects

ব্যৱসায়িক প্ৰতিষ্ঠান জড়িত কৰক

ব্যৱসায়িক প্ৰতিষ্ঠান জড়িত কৰক

প্ৰতিটো অঞ্চলত স্বেচ্ছাসেৱক দল গঠন

প্ৰতিটো অঞ্চলত স্বেচ্ছাসেৱক দল গঠন

নিজক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ সুযোগ

নিজক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ সুযোগ

কৃষক সুৰক্ষা বাহিনী

কৃষক সুৰক্ষা বাহিনী

প্ৰতি মাহত ১০ জন লোকক সহায়

প্ৰতি মাহত ১০ জন লোকক সহায়

জৰুৰীকালীন চিকিৎসা সেৱা বাহিনী

জৰুৰীকালীন চিকিৎসা সেৱা বাহিনী

সদস্যৰ বাবে কৰ্মসংস্থানৰ সুবিধা

সদস্যৰ বাবে কৰ্মসংস্থানৰ সুবিধা

স্বনিয়োজন আৰু উদ্যোগ প্ৰশিক্ষণ কেন্দ্ৰ

স্বনিয়োজন আৰু উদ্যোগ প্ৰশিক্ষণ কেন্দ্ৰ

সেৱা কেন্দ্ৰ মুকলি

সেৱা কেন্দ্ৰ মুকলি

উপদেষ্টা দায়িত্ব প্ৰদান

উপদেষ্টা দায়িত্ব প্ৰদান

সেৱা নায়ক সন্মান

সেৱা নায়ক সন্মান

শাৰীৰিক অনুশীলন আৰু সামাজিক জ্ঞান কেন্দ্ৰ

শাৰীৰিক অনুশীলন আৰু সামাজিক জ্ঞান কেন্দ্ৰ

সদস্য সেৱা সন্মান

সদস্য সেৱা সন্মান

বিশেষ স্বেচ্ছাসেৱক সন্মান

বিশেষ স্বেচ্ছাসেৱক সন্মান

সৰ্ব ধৰ্মীয় সমাজ

সৰ্ব ধৰ্মীয় সমাজ

বিনামূলীয়া চিকিৎসা শিবিৰ

বিনামূলীয়া চিকিৎসা শিবিৰ

সদস্য সেৱা কেন্দ্ৰ

সদস্য সেৱা কেন্দ্ৰ

Mission

Our Mission

১. সমাজৰ অসামাজিক তথা অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে ব্যাপক গণ-সজাগতা সৃষ্টি কৰা।
২. অন্ধবিশ্বাস, কুসংস্কাৰ আৰু অপসংস্কৃতি আদিৰ বিৰুদ্ধে বিজ্ঞানসন্মত চিন্তা-ধাৰাৰ প্ৰসাৰ ঘটোৱা।
৩. সামাজিক আৰু পাৰিবাৰিক বিবাদসমূহ শান্তি তথা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ যত্ন কৰা।
৪. দুৰ্নীতি, প্ৰৱঞ্চনা আৰু অনিয়ম আদিৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা।
৫. সমাজৰ প্ৰতিজন ব্যক্তি, বিশেষকৈ শিশু আৰু মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ 'সমাজ প্ৰহৰী' হিচাপে কাম কৰা।
৬. প্ৰকৃতিৰ সুৰক্ষাৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে বৃক্ষৰোপণ কৰা আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰা।
৭. নিজৰ দেশৰ লগতে বিশ্বশান্তি আৰু মানৱ সমাজৰ কল্যাণৰ বাবে কাম কৰা।

Vision

Our Vision

সমাজৰ শান্তি তথা ৰাইজৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ লগতে প্ৰকৃতিৰ সুৰক্ষা আৰু বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা।